Header Ads Widget

Responsive Advertisement

About Us

www.mysmartstudy.co.in


Smart Study লৈ আপোনালোকক স্বাগতম! মই আকাশ বৰগোহাঁই (Akash Borgohain), এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ (Diploma in Electrical Engineering)। মই এই ডিজিটেল প্লেটফৰ্মটো নিৰ্মাণ কৰিছোঁ যাতে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজক সঠিক আৰু আধুনিক তথ্যৰে সহায় কৰিব পাৰোঁ।

Smart Study-ৰ জৰিয়তে আমি আপোনালোকৰ বাবে আগবঢ়াওঁ:

  • Science & Technology: নতুন প্ৰযুক্তি আৰু বিজ্ঞানৰ আমোদজনক তথ্য।
  • Health & Sports: সুস্থ শৰীৰ আৰু ক্ৰীড়া জগতৰ খবৰ।
  • Current Affairs: দেশ-বিদেশৰ সাম্প্ৰতিক ঘটনাৱলী।
  • Career Scope (Diploma & ITI): বিশেষকৈ Diploma আৰু ITI শিক্ষাৰ্থীসকলৰ বাবে ভৱিষ্যতৰ চাকৰি আৰু উচ্চ শিক্ষাৰ সঠিক দিশ নিৰ্ণয়।
  • Study Related: শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় টিপছ আৰু অধ্যয়নৰ সামগ্ৰী।

​আমাৰ লক্ষ্য হৈছে তথ্যসমূহক সহজ-সৰল আৰু 'স্মাৰ্ট' পদ্ধতিৰে আপোনালোকৰ ওচৰলৈ লৈ যোৱা। আপোনালোকৰ যাত্ৰাত Smart Study সদায় সংগী হৈ থাকিব। ধন্যবাদ।

                                           EDUCATE, EMPOWER, EXCEL  

 

About Us

​Welcome to Smart Study!

​I am Akash Borgohain, a Diploma Electrical Engineer . My goal through this blog is to provide smart, accurate, and helpful information to students and the general public.

​On Smart Study, we cover a wide range of topics including:

​Science & Technology: Simple explanations of new inventions and tech updates.

​Health & Sports: Awareness about a healthy lifestyle and the latest sports news.

​Current Affairs: Reliable analysis of local and international news.

​Career Scope (Diploma & ITI): Guidance on job opportunities and higher education for Diploma and ITI holders.

​Study Related: Useful tips and study materials for students.

​I believe in providing verified information in an easy-to-understand way. Thank you for being a part of Smart Study.

Post a Comment

0 Comments